তোষামোদতোষামোদকাৰী

তোষামোদ কৰ্ (Assamese) [ Roman: to'.xa.mo'd kor]
Contributed by: Partha P Sarmah on 2008-03-09
1. (Verb-Trans.) to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you. কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷